শিক্ষাৰ ধাৰণা | অধ্যায় ১ | Class 11 Education Question and Answer Assam | HS 1st Year Education Lesson 1 Solution | HS 1st Year Education Chapter 1 Important Question and Answer Solution | HS 1st Education (AHSEC) 3 Chapter 1 Shorts Important Question and Answer Suggestion |

অধ্যায় ১ 

Chapter 1

প্ৰশ্নৱলীঃ

১। শিক্ষা কি?

উত্তৰঃ

২। শিক্ষাৰ বুৎপত্তিগত অৰ্থ লিখা।

উত্তৰঃ

৩। শিক্ষাৰ সংকীৰ্ণ অৰ্থ মানে কি বুজা?

উত্তৰঃ

৪। বহল অৰ্থত শিক্ষাই কি বুজায়?

উত্তৰঃ

৫। চমুকৈ লিখা “শিক্ষা এক দ্বিপাক্ষীয় প্ৰক্ৰিয়া”।

উত্তৰঃ

৬। চমুকৈ লিখা “শিক্ষা এক জীৱনজোৰ প্ৰক্ৰিয়া”।

উত্তৰঃ

৭। “সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে শিক্ষা”  — চমুকৈ লিখা।

উত্তৰঃ

৮। খালী ঠাই পূৰণ কৰাঃ

( ক ) শিক্ষা শব্দটো ——- ভাষাৰ পৰা উৎপত্তি হৈছে ।

উত্তৰঃ 

( খ ) ত্রিপাক্ষিক প্রক্রিয়াত, শিক্ষার্থী, শিক্ষক আৰু ——- জড়িত । 

উত্তৰঃ

( গ ) শিক্ষা এক ——- ব্যাপি প্রক্রিয়া । 

উত্তৰঃ

( ঘ ) আনুষ্ঠানিক শিক্ষা ——- চাৰিবেৰৰ মাজত সীমাবদ্ধ । 

উত্তৰঃ

( ঙ ) আচৰণৰ ৰূপান্তৰ প্রক্রিয়াই হ’ল —–।

উত্তৰঃ

৯। চমু প্রশ্ন ঃ

( ক ) শিক্ষাৰ দুটা সংজ্ঞা দিয়া । 

উত্তৰঃ

( খ ) শিক্ষাৰ দুটা প্রক্রিয়া কি কি ? 

উত্তৰঃ

( গ ) আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

( ঘ ) অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

( ঙ ) অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

( চ ) আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ

( ছ ) অগতানুগতিক শিক্ষা কি ? 

উত্তৰঃ

( জ ) অনানুষ্ঠানিক শিক্ষা কি ? 

উত্তৰঃ

( ঝ ) আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ দুটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ

১০। শিক্ষাৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ

১১। শুদ্ধ নে অশুদ্ধ লিখাঃ 

( ক ) আচৰণৰ ৰূপান্তৰ প্রক্রিয়াই হ’ল শিক্ষা ।

উত্তৰঃ

( খ ) Education শব্দটো জার্মান শব্দৰ পৰা উৎপত্তি হৈছে ।

উত্তৰঃ

( গ ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ মূল পৃষ্ঠপােষক হ’ল জন ডিউই ।

উত্তৰঃ

( ঘ ) চাৰ পাৰ্চীনান সমাজকেন্দ্রিক শিক্ষাৰ পৃষ্ঠপােষক আছিল ।

উত্তৰঃ

( ঙ ) “ এডুকেশ্যন ’ শব্দটো লেটিন শব্দৰ পৰা উদ্ভৱ হৈছে । 

উত্তৰঃ

( চ ) আধুনিক শিক্ষা শিশুকেন্দ্রিক শিক্ষা ।

উত্তৰঃ

১২। খালী ঠাই পূৰণ কৰাঃ

( ক ) শিক্ষা এটা —- প্ৰক্ৰিয়া।

উত্তৰঃ

( খ ) শিক্ষাৰ দুটা —— এটা সংকীর্ণ আনটো ব্যাপক । 

উত্তৰঃ

( গ ) শিক্ষাৰ সমাজবাদী লক্ষ্যৰ মুখ্য পৃষ্ঠপােষক আছিল —–।

উত্তৰঃ

( ঘ ) Education শব্দটোৰ উৎপত্তি হৈছে — ভাষাৰ পৰা । 

উত্তৰঃ

( ঙ ) শিক্ষা হ’ল —– প্ৰস্তুতি

উত্তৰঃ

১৩। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য বুলিলে কি বুজা ? 

উত্তৰঃ

১৪। শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য বুলিলে কি বুজা ? প্রক্রিয়া । প্রস্তুতি ।

উত্তৰঃ

১৫। শিক্ষাৰ গণতান্ত্রিক লক্ষ্য বুলিলে কি বুজা ? 

উত্তৰঃ

১৬। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

১৭। শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

১৮। শিক্ষাৰ বৃত্তিমুখী লক্ষ্যৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

১৯। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ

২০। এখন গণতান্ত্রিক – ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হােৱা উচিত ? চমুকৈ লিখা । 

উত্তৰঃ

২১। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ সম্পর্ক বিচাৰ কৰা । 

উত্তৰঃ

২২। তলত উল্লেখ কৰা বিষয়ৰ লগত শিক্ষাৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখাঃ 

( ক ) শিক্ষা আৰু জীৱবিদ্যা । 

উত্তৰঃ

( খ ) শিক্ষা আৰু অৰ্থনাতি । 

উত্তৰঃ

( গ ) শিক্ষা আৰু দর্শন ।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop