অৰ্থনৈতিক পৰিকল্পনা কি?

উত্তৰঃ  ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নির্বাহৰ মান উন্নয়নৰ কাৰনে যি সুনির্দিষ্ট পৰিকল্পনা হাতত লােৱা হয় তাকেই অর্থনৈতিক পৰিকল্পনা বােলে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping