🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণ সমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল আলোচনা কৰা?

উত্তৰঃ ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে আইন অমান্য আন্দোলনটো দুটা পর্যায়ত আৰম্ভ হৈছিল। এই আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল ব্রিটছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছনত কেৱল ব্রিটিছ সংসদ সদস্যক অন্তর্ভূক্ত কৰা হৈছিল বাবে ইয়াক ভাৰতীয়সকলে বর্জন কৰে।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop