নিটি আয়োগ কি? ই কেতিয়া গঠিত হৈছিল? ইয়াৰ অধ্যক্ষ কোন?

উত্তৰঃ ২০১৪ চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে নেচনেল ডেমোক্রেটিক পার্টি (National Democratic Party) পৰিকল্পনা আয়োগৰ ঠাইত নিটি (National Institution for Transforming India Aayog or NITI) আয়োগ গঠন কৰে। এই আয়োগৰ অধ্যক্ষ হ’ল স্বয়ং প্রধানমন্ত্রী নিজে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping