উত্তৰঃ মূল বা প্ৰধান উদ্দেশ্য হ’ল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰ প্ৰতিষ্ঠা কৰা আৰু ভাৰতত খাদ্য শস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা।