স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা?

উত্তৰঃ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা – সকলো ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্রহণ কৰিছিল। স্বদেশী আন্দোলনৰ অগ্রণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী (১৮৭৪-১৯৩৩)

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping