উত্তৰঃ ই ৰাষ্ট্ৰীয় দল, ৰাজ্যিক দল আৰু আঞ্চলিক দলসমূহক স্বীকৃতি প্ৰদান কৰে। ই নিৰ্বাচনৰ ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰে। আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰে আৰু সময়ে সময়ে ভোটাৰৰ তালিকা উন্নীত কৰে।
Explain Why we need an independent Election Commission.(আমাৰ কিয় এক স্বাধীন নিৰ্বাচন আয়োদৰ প্ৰয়োজন ব্যাখ্যা কৰা।)
