Give an argument in favour of women fran chise. (মহিলাৰ ভোটাধিকাৰৰ সপক্ষে এটা যুক্তি দিয়া।)

উত্তৰঃ আন দেশবোৰে মহিলাসকলক ভোট দি আছিল, যেনে নিউজিলেণ্ড। মহিলাসকলক ভোটদানৰ অধিকাৰ দিয়াটো গণতান্ত্ৰিক হ’ব। কিছুমান অশিক্ষিত শ্ৰমিক পুৰুষে ভোট দিব পাৰিছিল কিন্তু সুশিক্ষিত “সন্মানীয়” মহিলাই ভোট দিব নোৱাৰিলে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping