অৰ্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা’ ৰ সময়ছোৱা উল্লেখ কৰা?

উত্তৰঃ  ১৯৫০ চনত গঠন কৰা ভাৰতৰ পৰিকল্পনা আয়োগে দেশখনৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ পৰিকল্পনা আয়োগে দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নৰ বাবে পঞ্চ বাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰে। ইয়াৰ পৰিণতি স্বৰূপে ভাৰতত ১.৭ শতাংশ বছৰি জনমূৰি আয় বৃদ্ধি পাব ধৰে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping