উত্তৰঃ ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে আইন অমান্য আন্দোলনটো দুটা পর্যায়ত আৰম্ভ হৈছিল। এই আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল ব্রিটছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছনত কেৱল ব্রিটিছ সংসদ সদস্যক অন্তর্ভূক্ত কৰা হৈছিল বাবে ইয়াক ভাৰতীয়সকলে বর্জন কৰে।