‘যতি’ বুলিলে কি বুজা ? ই কেই প্ৰকাৰৰ ? যতি শব্দৰ অৰ্থ বিৰাম । ছন্দৰ ক্ষেত্ৰত ধ্বনি প্রবাহৰ পৰ্যায়ক্ৰম তৰঙ্গ নিৰ্দেশক বিৰতিকে যতি বোলা হয় । যতি দুই প্ৰকাৰৰ । Post Views: 3,709