উত্তৰঃ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি ব’হাগ বিহুৰ সময়ত গধুলি পৰত ঘৰৰ চাৰিওফালে নহৰুৰ পানী ছটিওৱা হয় আৰু চাৰি চুকত জেটুলি পকা কাঁইত আঁৰি দিয়া হয় । এনে কৰিলে বছৰটোৰ বাবে গৃহস্থ অপদেৱতাৰ কু-প্ৰভাৱৰ পৰা সুৰক্ষিত থাকে বুলি জনবিশ্বাস আছে।