কাৰ্বি জনবিশ্বাস অনুসি কোনগৰাকী দেৱী মৃত্য়ুৰ পিছত বৰষুণ হৈ পৃথিৱীলৈ নামি আহিছে ?

উত্তৰঃ কাৰ্বিসকলৰ জনবিশ্বাস অনুসৰি হা-ই-মু দেৱী মৃত্য়ুৰ পিছত বৰষুণ হৈ পৃথিৱীলৈ নামি আহিছে। কাৰ্বিসকলে বতৰৰ দেৱী হিচাপে হা-ই-মুকে পূজা কৰে ।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping