🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

কাৰ্বি সংস্কৃতিৰ জাতীয় প্ৰতীক হিচাপে কিহক গণ্য় কৰা হয় ?

উত্তৰঃ কাৰ্বি জনগোষ্ঠীৰ জাতীয় প্ৰতীক হিচাপে জাম্বিলী আথনক গণ্য় কৰা হয় । জাম্বিলী আথন হৈছে বেংৱই গছৰ ডাল কাটি মসৃনকৈ চুচি মাজি লোৱা হয় আৰু তাত বিভিন্ন ৰেখা অংকন কৰা হয় । উক্ত লাঠীৰ শীৰ্ষত ভিংগাছ চৰাই তলত ফেচুজাতীয় চৰাই ছবি অংকন কৰা হয়। কথিত আছে যে ক্লেং লখন নামৰ নৱজাতকটিৰ জন্মৰ পিছত কটা নাড়া যি ঠাইত পোতা হৈছিল সেই বেংৱই গছৰ জন্ম হৈছিল ।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop