কুকুৰে ভাগৰ লাগিলে জিভা উলিয়াই ফোঁপায় কিয়?

উঃ আমি পৰিশ্ৰান্ত হ’লে আমাৰ শৰীৰত তাপমাত্ৰাৰ সমতা ৰক্ষাৰ বাবে আমাৰ ঘৰ্ম গ্ৰন্থবোৰৰ ঘাম ওলাই দেহাটো শীতল কৰি ৰাখে। কুকুৰৰ ছালত তেনেদৰে গা ঘমাৰ পৰা কোনো ব্যৱস্থা নাই। সিহঁতৰ ঘৰ্ম গ্ৰন্থবোৰ আছে মাত্ৰ ঠেঙৰ তলুৱাত। সেয়ে সিহঁতেগৰমৰ দিনত জিভা উলিয়াই শ্বাস-প্ৰশ্বাস লৈ শৰীৰ ঠাণ্ডান ৰাখে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping