🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

চমাংকান নৃত্য় কি ?

উত্তৰঃ কাৰ্বি সমাজত প্ৰচলিত জনবিশ্বাস অনুসৰি হায়া বে নামৰ এজন লোকে সোঁশাৰীৰে ইপুৰী-সিপুৰীলৈ গমন কৰিব পৰা বাবে থিংৰেং ৱাংৰেং নামেৰে জনাজাত হৈ পৰিছিল। থিংৰেং ৱাংৰেং মানে হৈছে মৃত্য়ুৰ পিছতো পৃথিৱীলৈ সোঁশৰীৰে উভতি আহিব পৰা লোক। এই থিংৰেং ৱাংৰেঙেই কাৰ্বি সমাজত চমাংকান নৃত্য়ৰ প্ৰচলন কৰিছিল। চমাংকান শব্দৰ অৰ্থ হ’ল চম-যমপুৰী আৰু কান মানে-নৃত্য়। অৰ্থাৎ যমপুৰী নৃত্য় ।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop