🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

‘বিহু’ বুলিলে প্ৰকৃততে কি বুজায় ?

উত্তৰঃ ‘বিহু’ বুলিলে কেৱল জাতি-জনজাতিৰ পৰ্বটোকে নুবুজায়। বিহুৱে অসমত বসবাস কৰা প্ৰত্য়েক জাতি-জনজাতিৰ ভাতৃত্ব ৰক্ষা কৰা মহান বসন্তোৎসৱ। নামত যদিও পাৰ্থক্য় আছে তথাপিও এই উৎসৱৰ পাতনি, বৈশিষ্ট্য় আৰু ৰীতি-নীতি প্ৰায় একে। বিভিন্ন জাতি-গোষ্ঠীয়ে অৱশ্য় নিজা পদ্ধতিৰে বিভিন্ন দিন-তাৰিখত এই উৎসৱ পালন কৰে ।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop