ভেৰী কি ? / Uncategorized / By Puspa Kakati উত্তৰঃ ভেৰী হৈছে ধাতুৰে নিৰ্মিত এবিধ বাদ্য় যন্ত্ৰ। বড়ো আৰু ৰাভা জনগোষ্ঠীৰ লোকৰ মাজত এইবিধ বাদ্য়ৰ প্ৰচলন বেছি । Post Views: 224