🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি বছৰটোৰ বাবে অপদেৱতাৰ কু-প্ৰভাৱ নপৰিবৰ বাবে ব্য়ৱস্থা কৰা হয় ?

উত্তৰঃ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি ব’হাগ বিহুৰ সময়ত গধুলি পৰত ঘৰৰ চাৰিওফালে নহৰুৰ পানী ছটিওৱা হয় আৰু চাৰি চুকত জেটুলি পকা কাঁইত আঁৰি দিয়া হয় । এনে কৰিলে বছৰটোৰ বাবে গৃহস্থ অপদেৱতাৰ কু-প্ৰভাৱৰ পৰা সুৰক্ষিত থাকে বুলি জনবিশ্বাস আছে।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop