অণুজীৱ | Chapter 2 | Class 8 Science Lesson 2 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Science Lesson 2 Solution | Jatiya Bidyalay Class 8 Science Lesson 2 Important Answer | AJB Class 8 New Science New Science Chapter 2 Model Books |

অণুজীৱ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদার্থবিধ হ’ল— 

a) চেনি  b) সুৰা  c) অক্সিজেন  d) হাইড্রক্লৰিক এছিড।

উত্তৰঃ 

ii) তলত দিয়াসমূহৰ কোনটো প্রতিজৈৱিক?

a) ছডিয়াম বাইকার্বনেট b) ষ্ট্ৰেপট’মাইচিন c) সুৰা  d) ইষ্ট 

উত্তৰঃ 

iii) মেলেৰিয়াৰ বীজাণু প্র`টয’ৱাটোৰ বাহক হল— 

a) মাখি  b) পখিলা  c) মাইকী এনােফিলিচ মহ  d) পইতাচোৰা

উত্তৰঃ 

iv) সোঁচৰা ৰােগসমূহৰ অতি উল্লেখনীয় বাহক হ’ল— 

a) পৰুৱা  b) মাখি  c) মকৰা d)  জিঞা পােক 

উত্তৰঃ 

v) পাউৰুটিৰ মণ্ড ফুলি উঠাৰ কাৰণ হ’ল — 

a) তাপ  b) হাতেৰে খচা  c) ইষ্টৰ বৃদ্ধি  d) গুৰি কৰা 

উত্তৰঃ

2. খালী ঠাই পূৰ কৰাঃ

i) অণুজীৱ চাবলৈ হ’লে আমাক অনুবীক্ষণ যন্ত্ৰ লাগে।

ii) নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে নাইট্ৰ’জেন সংযােজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

iii) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

iv) কলেৰা বেমাৰটো বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়।

v) ভাইৰাছক বংশ বৃদ্ধি কৰিবলৈ এটি বেক্টেৰিয়া ৰ দৰকাৰ।

3. অণুজীৱ খালি চকুৰে চাব পাৰিনে? যদি নােৱাৰি, কেনেকৈ চাব পাৰি? 

উত্তৰঃ

4. অণুজীৱৰ প্ৰধান ভাগ কেইটা কি কি?

উত্তৰঃ 

5. বায়ুমণ্ডলৰ পৰা নাইট্র’জেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবােৰৰ নাম লিখা।

উত্তৰঃ 

6. দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰী ভূমিকাৰ সম্পর্কে দহশাৰীমান বাক্যত লিখা।

উত্তৰঃ 

7. অণুজীৱৰ অপকাৰিতা সম্পর্কে এটি চমু টোকা লিখা।

উত্তৰঃ 

৪. ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ?

উত্তৰঃ 

9. প্রতিজৈৱিক কি? প্রতিজৈৱিক ব্যৱহাৰৰ সময়ত কি সাৱধানতা ল’ব লাগে লিখা।

উত্তৰঃ 

10. স্তম্ভ A আৰু স্তম্ভ B মিলােৱাঃ

A    –    B 

(i) বেক্টেৰিয়া    –              (a)  (e) কলেৰাৰ কাৰণ।

(ii) ৰাইজ’বিয়াম    –         (b) নাইট্রজেন সংযােজন।

(iii) লেক্ট’বেছিলাম   –      (c)  দৈ তৈয়াৰ।

(iv) ইষ্ট    –                       (d)পাউৰুটি প্রস্তুত

(v) এটা প্ৰ’টয’ৱা    –        (e)মেলেৰিয়াৰ কাৰণ

(vi) এটা ভাইৰাছ    –        (f) এইডছৰ কাৰণ

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop