অসমত কিমান প্ৰকাৰৰ ঢোল পোৱা যায় ? উত্তৰঃ চাৰিপ্ৰকাৰৰ সেইবোৰ হ’ল- বিহু ঢোল, বৰঢোল, ঢেপাঢোল আৰু জয়ঢোল। বহুতে বিহু ঢোলক পাটি ঢোল বুলিও কয়। Post Views: 157