🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

নেপালীভাষী গোৰ্খাসকল | Chapter 3 | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer Solution For Assam | প্ৰশ্ন আৰু উত্তৰ |

Chapter 3

নেপালীভাষী গোৰ্খাসকল

প্ৰশ্নাৱলীঃ

১। নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্ৰণ?

উত্তৰঃ 

২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি ক’লে কি বুজা?

উত্তৰঃ 

৩। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা?

উত্তৰঃ

৪। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নেপালীভাষী লোকসকলে কেতিয়া সংৰক্ষিত শ্ৰেণী মৰ্যাদা পাইছিল?

উত্তৰঃ 

৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল?

উত্তৰঃ 

৬। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?

উত্তৰঃ

৭। জম্বুদ্বীপে, আৰ্যাৱতে, ভাৰতবৰ্ষে, অসম প্ৰান্তে বোলা কথাষাৰ তাৎপৰ্য কি?

উত্তৰঃ 

৮। সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ অন্তৰ্ভূক্ত হৈছিল?

উত্তৰঃ 

৯। চমুটোকা লিখাঃ 

ক) ছবিলাল উপাধ্যায়          খ) হৰিপ্ৰসাদ গোৰ্খা ৰাই

গ) দলবীৰ সিং লোহাৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop