🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

বৰঢোলৰ বিভিন্ন অংশসমূহ কি কি ?

উত্তৰঃ বৰঢোলৰ বিভিন্ন অংশসমূহ হৈছে-গাৰি ( ফোপোলা গাটো ), কুবি বা কোং ( সোঁফালৰ মুখখন ), তালি ( বাওঁফালৰ মুখখন ), ডোৱা বা বৰটি ( টানি ৰখা চামৰাব ফিটা ), নাকি বা লাউ ( সোঁফালে কোবাই বজাবলৈ ব্য়ৱহাৰ কৰা ধেনুভিৰীয়া বেকা দীঘল ঢোলৰ মাৰিডাল ), ডোল বা জৰী ( ঢোলটো ডিঙিত আঁৰি লোৱা জৰী )।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop