ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামঃ ভাৰতত জাতীয়তাবাদৰ সূচনা (1857 – 1858) | Class 8 Social Science Chapter 3 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Social Science Lesson 3 Solution |

পাঠ ৩

ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামঃ ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858)

1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

a. স্বত্ব বিলােপ নীতি কোনগৰাকী গৱৰ্ণৰ জেনেৰেলে প্ৰৱৰ্তন কৰিছিল? 

উত্তৰঃ 

b. স্বত্ব বিলােপ নীতিৰ অধীনত ৰাজ্য হেৰুওৱা ৰাণীগৰাকীৰ নাম কি?

উত্তৰঃ

c. চিপাহী বিদ্ৰোহৰ প্রথম শ্বহীদ কোন? 

উত্তৰঃ

d. ‘আত্মীয় সভা’ কোন চনত গঢ়ি তােলা হৈছিল?

উত্তৰঃ  

e.‘সতীদাহ প্রথা’ কোন চনত নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ

f. নানাচাহেবে কোন ঠাইত বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল?

 উত্তৰঃ

2. চমুটোকা লিখা। 

ৰাজা ৰামমােহন ৰায়ঃ 

বংগদেশত জাতীয়তাবাদৰ পটভূমিঃ 

3. ভাৰতৰ প্রথম স্বাধীনতা সংগ্রামৰ তিনিটা কাৰণ লিখ। 

উত্তৰঃ 

4. ভাৰতবৰ্ষত জাতীয়তাবাদী চেতনা গঢ়ি উঠাত ৰামমােহন ৰায়ৰ অৱদান সম্পর্কে আলােচনা কৰাঁ।

উত্তৰঃ 

Type By – Kishor Nath

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping