হাজংসকলৰ মাজত কেইটা বিহুৰ প্ৰচলন আছে ? উত্তৰঃ তিনিটা। ব’হাগ বিহুক তেওঁলোকে বিছুৱা বুলি কয়, মাঘ বিহুক তেওঁলোকে পুষণৌ পৰ্ব আৰু কাতি বিহুক কাতি পাচা বুলি কয়। Post Views: 160