🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | মহামানৱ মহাত্মা গান্ধী | Chapter 3 | অধ্য়ায় ৩ | Class 3 Niti Mallika Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

মহামানৱ মহাত্মা গান্ধী

অধ্য়ায় ৩

প্রশ্ন

(ক) মহাত্মা গান্ধীৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ পোৰবন্দৰ নামৰ ঠাইত ১৮৬৯ চনৰ ২ অক্টোবৰত জন্ম হৈছিল।

(খ) মহাত্মা গান্ধীৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ পিতৃ নাম আছিল কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম পুতলীবাঈ।

(গ) মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হ’ল- মোহনদাস কৰমচাঁদ গান্ধী।

(ঘ) মহাত্মা গান্ধীৰ মনত সত্যনিষ্ঠা গঢ় লৈ উঠাত প্ৰভাৱ পেলোৱা নাটক দুখনৰ নাম কি?

উত্তৰঃ মহাত্মা গান্ধীৰ মনত সত্য়নিষ্ঠা গঢ় লৈ উঠাত প্ৰভাৱ পেলোৱা নাটক দুখনৰ নাম হ’ল- ‘শ্ৰৱণৰ পিতৃভক্তি’ আৰু ‘ৰজা হৰিচন্দ্ৰ’।

(ঙ) মহাত্মা গান্ধীয়ে তেওঁ কৰা অসৎ কৰ্মৰ বাবে অনুশোচনা কৰি কি কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে তেওঁ কৰা অসৎ কৰ্মৰ বাবে অনুশোচনা কৰি

1) পিতাকৰ এটা দুৰ্ঘটনাত আঘাত পোৱাত গান্ধীজীয়ে তেওঁক শুশ্ৰূষা কৰিছিল | বিদ্যালয়লৈ য়োৱা সময় খিনি বাহিৰে গান্ধীজীয়ে পিতাকৰ কাষতে কটাইছিল।

2) এদিন গান্ধীয়ে অৎস কাম কৰি অহা বাবে গান্ধীয়ে গোটেই কাৰ্যবোৰ এখন চিঠি লিখি পিতাকৰ হাতত তুলি দিছিল।

Question Answer By Bikash Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop