উত্তৰঃ খ্ৰাম হৈছে কাৰ্বি আৰু ডিমাছাসকলে ব্য়ৱহাৰ কৰা খাম জাতীয় বাদ্য়। ডিমাছাসকলে এফালে মাৰিৰে কোবাই আৰু আনফালে হাতেৰে চপৰিয়াই খ্ৰাম বজায়।