🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

জুবিন গাৰ্গৰ গীত প্ৰীতিৰে জৰী

প্ৰীতিৰে জৰী

হাততে আজি

বান্ধিলো তোমাক

অ’ মোৰ লগৰী

উতলা মোৰো মৰমে বেৰি

ৰাখিব তোমাৰ অ’ মোৰ মৰমী

নৱাৰো নোৱাৰো যাব কাহানিও

মোকে এৰি আঁতৰি

প্ৰীতিৰে…

অ’ মোৰ..

উৰণীয়া আঁচলৰ এটি মিঠা পৰশে

মৰমৰে লকালো জাৰি জোকাৰি দি দিয়ে

অলীয়া বলীয়া জীয়া জীয়া মোৰ লপোন

তোমাৰে দুবাগুৰে মাজতে ওমলি ফুৰে

অনিুৰাগে বৰষা নমালে আজি

সেই সপোন সপোন…

অ’ নোৱাৰো নোৱাৰো যাব কাহানিও

মোকে এৰি আঁতৰি।

প্ৰীতিৰে…

তেজ মূৰে তেজ কাটো

আছা তুমি উটি-ভাহি

জুৰ লুখী জুৰ সজালা আহি তুমি

সুৰৰে হাঁহি

ভালপোনাৰে মাজতে

কিনো পালোঁ কিনো ল’লোঁ

নাজানো নাজানো…

তোমাকে হিয়াত ল’লোঁ

তুমি বিনে ভাবিব নোৱাৰোঁ

ভালপোৱাৰ..

নাজানো..

অ’ নোৱাৰো নোৱাৰো।

কাহানিও প্ৰীতিৰে…।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop