জুবিন গাৰ্গৰ গীত I Love You বুলি…

I Love You বুলি ক’লো মই

তুমি চাগে নুশুনিলা

কঠিন শিলৰে হৃদয়

তোমাৰ সঁচাকৈ জানা

I Need You বুলি ক’লো মই

তুমি চাগে নুবুজিলা

বলিয়া যৌৱনৰ চাকি

নুমাল হঠাতে জানা

তিনি আলিতে লগ পোৱা

দুটি মিঠা কথা

কাজল কাজল কাজল

চকুত সপোন দেখা

চাইকেোলত টিউচন যোৱা

পিছে পিছে মই যোৱা

বেঁকাকৈ তুমি চোৱা

তোমালৈ মই চোৱা

তুমি চাগে পাহৰিলা

বুকুতে যে নৰ’লা

তুমি চাগে নুবুজিলা

বুকুতে যে নথ’লা

বুকু আজি উদাস উদাস

উদাস উদাস নৈ

কলেজৰৰে কেন্টিনত

গজা আৰু চাহব খোৱা

সকলোৱে জোকোৱা

আছিল জানো মিছা

ৰাতি ৰাতি অকলে

তোমাৰ ফটো চোৱা

বুকুতে সপোন গুিঠা

আজি দেখো মিছা।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop