জুবিন গাৰ্গৰ গীত কিনো সুৰীয়া গানেৰে

কিননা সুৰীয়া গানেৰে

 মােৰ মন আজি ভৰিলে । 

তােমাকে পাই

 মােৰাে মনে জানা

আছিলে যে সদায় 

তােমাৰে গানৰে সুৰ 

মনতে গুণ গুণাই

 কিনাে সুৰীয়া – গানেৰে … 

বুকুৰে মাজতে কি জুই জ্বলে

 দহননা যে মিঠা লাগে । 

পিৰিতিৰ উমেৰে ফু দি জ্বলােৱা

 আৱেগৰে জুই ছাগে

 নাই হােৱা এনে কাহানিও

 জ্বলা নাই বুকুতে অৱেগেৰে জুই জ্বলে

 অজানিতে উমি উমি বুকুতে 

কিনাে সুৰীয়া …।

জীৱন লগৰী হ’বলৈ আহিছে

 হাত থােৱা হাততে

 উজুতি – বিজুতি একোতে নেৰিবা 

আধৰুৱা বাটতে

 কথা দিলোঁ মই মধু প্ৰহৰত 

চকুত থৈ চকুতে

 ময়াে কথা দিলোঁ পল – অনুপল 

থাকিম মােৰ লগতে

 কিনো সুৰীয়া …। *

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop