🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

লাচিত ফুকন | অধ্যায় ৫ | Class 11 Assamese Lesson 5 Question and Answer | HS 1st Year Assamese Chapter 5 Solution |

 

অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?

উত্তৰঃ 

২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি?

উত্তৰঃ 

৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?

উত্তৰঃ

৪। “দেশৰ বাতৰি শুনিবানে বীৰ” – ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ

৫। “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ” – জয়শ্ৰী মানে কি?

উত্তৰঃ 

 চমু প্ৰশ্ন (মূল্যাংক-২/৩) 

১। দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?

উত্তৰঃ 

২। ইব্ৰাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

উত্তৰঃ 

৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?

উত্তৰঃ

৪। ‘হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কোৱা হৈছে?

উত্তৰঃ 

৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে?

উত্তৰঃ 

 দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫) 

১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে ?

উত্তৰঃ 

 ২। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে?

উত্তৰঃ 

৩। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?

উত্তৰঃ 

৪। ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ৷

উত্তৰঃ 

৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷

ক) “বক্তৃতা দি আকাশ কঁপাই,চিঞৰত টেটু ফালি,

বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি ৷”

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop