🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ৰাজপথ | অধ্যায় ৬ | Class 11 Assamese Lesson 6 Question and Answer | HS 1st Year Assamese Chapter 6 Part 3 Solution | ৰাজপথ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

 অতি চমু প্ৰশ্ন(মূল্যাংক-১) 

১। ‘অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা?

উত্তৰঃ 

২। ‘ব্লেক আউট’ মানে কি?

উত্তৰঃ 

৩। ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?

উত্তৰঃ 

৪। ‘ৰাজপথ’ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰঃ 

৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?

উত্তৰঃ 

চমু প্ৰশ্ন(মূল্যাংক-২/৩)

১। ‘ৰাজপথ’ নামৰ কবিতাটিত  কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?

উত্তৰঃ 

২। বিভিন্ন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?

উত্তৰঃ 

৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰঃ 

৪। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?

উত্তৰঃ 

৫। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?

উত্তৰঃ 

 দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)

১। ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে – বুজাই লিখা ৷

উত্তৰঃ 

২। সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা ৷

উত্তৰঃ

৩। ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে? 

উত্তৰঃ 

৪। ‘ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা ৷

উত্তৰঃ 

৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা:

ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ

সমাজৰ চকুত ধূলি দিয়া

জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ

চৰণাঘাত লভিছা ক’ত!

উত্তৰঃ

খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,

অৰ্গেনত ৰবীন্দ্ৰ-সংগীত,

ডবল তলিচা পৰা মেহগনি পালেঙত

বিৰহ-কাতৰা কলেজ গাৰ্লৰ

অলসায়িত দেহা ৷

উত্তৰঃ 

গ) আৰু তাৰ তলতেই ফুটপাথত

(ধন্য তোমাৰ দয়া!)

শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা

মৃতপ্ৰায় কংকালৰ শাৰী ৷

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop