🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আমাৰ চৌপাশৰ বস্তুবোৰ | Chapter 10 | Class 6 New Science Chapter 10 Question And Answer | Class 6 New Science Chapter 10 Solution AJB |

পাঠ ১০

আমাৰ চৌপাশৰ বস্তুবোৰ

1. শুদ্ধ উত্তৰটো কি হ’ব লিখা।

i ) এবিধ অর্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ’ল— 

a ) বায়ু 

b) কাঁচ

c) তৈল কগজ 

d) কাগজ

উত্তৰঃ

ii ) এবিধ পানীত অদ্ৰৱণীয় পদার্থৰ উদাহৰণ হ’ল— 

a) গ্লুক’জ

b ) বালি 

c ) চেনি

d) নিমখ

উত্তৰঃ

iii ) ঘৰত ব্যৱহাৰ কৰা কাপ-প্লেট সাধাৰণতে কি পদার্থৰে নির্মিত

a ) চেৰামিক 

b) কাঁচ

c )ষ্টিল 

d) লো

উত্তৰঃ 

2. এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখা । 

উত্তৰঃ 

3. কাঠেৰে নির্মিত ছয়বিধ বস্তুৰ নাম লিখা । 

উত্তৰঃ  

4. প্ৰতিটো থূপত থকা নিমিলা বস্তুবিধ বাছি উলিওৱা । 

a) মিছিৰি, নিমখ, চেনি, গ্লুক’জ 

উত্তৰঃ মিছিৰি।

b) লাে, এলুমিনিয়াম, তাম, কাঠ 

উত্তৰঃ

c) বাঁহ, কাঠ, প্লাষ্টিক, শিলগুটি 

উত্তৰঃ 

d) বায়ু, পানী, কাগজ, কাচ

উত্তৰঃ 

e) বিছনা, চকী, বাল্টি, টেবুল

উত্তৰঃ 

f) মিছিৰি, চকৰ গুড়ি, নিমখ, চেনি

উত্তৰঃ 

5. তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে। কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত লিখা-

6. কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখা।

a) লো-ৰ জ্যোতি নাই; তোমাৰ বহীখনৰ জ্যোতি আছে।

উত্তৰঃ 

b) এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। বস্তুটোত পোহৰ পৰিলে ছাঁৰ সৃষ্টি হ’ব।

উত্তৰঃ 

c) সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিমজ নহয়।

উত্তৰঃ

d) কলগছ আৰু কাঠ পানীত ওপঙে।

উত্তৰঃ 

e) গ্লুক’জ পানীত দ্ৰৱীভূত নহয়।

উত্তৰঃ 

f) স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।

উত্তৰঃ

7. জ্যোতি কাক বোলে?

উত্তৰঃ

8. স্বচ্ছ পদাৰ্থ মানে কি? স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ 

9. অস্বচ্ছ পদাৰ্থ মানে কি? অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop