🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

জীৱজগত | Chapter 1 | Class 6 New Science Chapter 1 Question And Answer | Class 6 New Science Chapter 1 Solution AJB |

পাঠ ১

জীৱজগত

1. খালী ঠাই পূৰ কৰাঁ। 

a) আমি উশাহত _______ গেছ বায়ুৰপৰা গ্ৰহণ কৰো। 

b) কুকুৰাৰ পােৱালি _______পৰা ওপজে। 

c) উদ্ভিদে ____________ পদ্ধতিৰে নিজৰ খাদ্য প্রস্তুত কৰে। 

2. শুদ্ধ উত্তৰ বাছি উলিওৱা। 

a) লাজুকীলতাই কি উদ্দীপকৰ প্রতি সঁহাৰি জনায়। 

i) পােহৰ 

ii) তাপ 

iii) স্পৰ্শ

উত্তৰঃ 

b) পৰিৱেশৰ অজৈৱিক উপাদান হ’ল। 

i) বায়ু 

ii) পানী

iii) উদ্ভিদ 

উত্তৰঃ 

c) প্রাণীৰ দেহত উৎপন্ন হােৱা অলাগতিয়াল বস্তু ওলাই যােৱা পদ্ধতি হল। 

i) পাচন 

ii) শ্বসন 

iii) ৰেচন 

উত্তৰঃ 

3. পােৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্রাণীৰ নাম লিখা 

উত্তৰঃ 

4. উদ্দীপক কাক বােলে? 

উত্তৰঃ 

5. জীৱৰ উদ্দীপকৰ প্রতি সঁহাৰি জনােৱা দুটা উদাহৰণ দিয়া। 

উত্তৰঃ 

6. জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য লিখা। 

উত্তৰঃ 

7 . উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটা পার্থক্য লিখা। 

উত্তৰঃ  

8 . ৰেচনৰ প্ৰয়ােজনীয়তা কি? 

উত্তৰঃ

9. আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়? 

উত্তৰঃ 

10. জীৱ বুলিলে কি বুজা? 

উত্তৰঃ 

11. জীৱৰ বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰঃ 

12. আমাৰ চৌপাশ বুলিলে কি বুজা? 

উত্তৰঃ

13. পৰিৱেশৰ উপাদান কেইপ্রকাৰৰ

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop