🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পোহৰ | Chapter 16 | Class 6 New Science Chapter 16 Question And Answer | Class 6 New Science Chapter 16 Solution AJB |

প্ৰশ্নাৱলী

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা-

i) তলৰ কোনবিধ দীপ্তিমান বস্তু?

a. কাঠ

b. আয়না

c. চন্দ্ৰ

d. বাল্ব

উত্তৰঃ

ii) ৰামধেনুত থকা ৰঙৰ সংখ্যা

a. 5টা

b. 3টা

c. 10টা

d. 7টা

উত্তৰঃ

iii) পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’ল

a. চন্দ্ৰ

b. বিজুলীবাতি

c. সূৰ্য্য

d. জুই

উত্তৰঃ

iv) তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তু

a. কলম

b. তেলসনা কাগজ

c. দাপোণ

d. কাঁচ

উত্তৰঃ

v) ছাঁ সৃষ্টি কৰা বস্তুটো উৎসৰ ওচৰ চপাই আনিলে, ছাঁৰ আকাৰ-

a. সৰু হয়

b. ডাঙৰ হয়

c. একেই থাকে

d. ওপৰৰ এটাও নহয়

উত্তৰঃ

vi) কোনো বস্তুৰ ছাঁ পোহৰৰ উৎসৰ

a. একেফালে থাকে

b. বিপৰীত ফালে থাকে

c. তলফালে থাকে

d. ওপৰফালে থাকে

উত্তৰঃ

vii) আবেলি সময়ত গছৰ ছাঁ পৰে-

a. পূবফালে

b. পশ্চিমফালে

c. উত্তৰফালে

d. দক্ষিণফালে

উত্তৰঃ

viii) ভৰ দুপৰীয়া ৰ’দত থিয় হ’লে তোমাৰ ছাঁটো থাকিব

a. সোঁফালে

b. বাঁওফালে

c. পিছফালে

d. ভৰিৰ কাষত

উত্তৰঃ

ix) সকলো বস্তুৰ ছাঁৰ ৰং-

a. ক’লা

b. ৰঙা

c. বস্তটোৰ ৰংৰ সৈতে একে

d. নীলা

উত্তৰঃ

x) প্ৰতিবিম্বৰ ৰং-

a. ৰঙা

b. হালধীয়া

c. লক্ষ্যবস্তুৰ সৈতে একে

d. ক’লা

উত্তৰঃ

2. চমু উত্তৰ দিয়া 

i) আমি বস্তু এটা কেনেদৰে দেখা পাওঁ? 

উত্তৰঃ

ii) দীপ্তিমান বস্তু কাক বােলে? এটা উদাহৰণ দিয়া। 

উত্তৰঃ

iii) বগা পােহৰত কেইটা ৰং আছে? ৰং কেইটা কি কি? 

উত্তৰঃ

iv) স্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কাক বােলে? প্রতিবিধৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ

v) ছাঁ কি? ছাঁ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ

vi) ছাঁ গঠন হ’বলৈ প্রয়ােজনীয় দুটা চর্ত উল্লেখ কৰা।

উত্তৰঃ

vii) ছাৰ আকাৰ কেনেদৰে সৰু বা ডাঙৰ কৰিব পাৰি?

উত্তৰঃ

viii) প্রতিফলন মানে কি?

উত্তৰঃ

ix) দাপােণত কিহৰ বাবে প্রতিবিম্বৰ সৃষ্টি হয়?

উত্তৰঃ

x) বেঘনীসেহাসুৰ মানে কি?

উত্তৰঃ

xi) ছাঁ আৰু প্ৰতিবিম্বৰ মাজত পার্থক্য কি কি লিখ।

উত্তৰঃ

xii) ছাঁৰ ৰং সদায় কিয় ক’লা হয়?

উত্তৰঃ

xiii) ছাঁৰ ৰং কিয় লক্ষ্যবস্তুৰ ৰঙৰ সৈতে একে নহয় লিখা।

উত্তৰঃ

xiv) ভৰ দুপৰীয়া গছৰ ছাঁ কিয় গছৰ গুৰিৰ কাষত পৰে?

উত্তৰঃ

3. পিনহ’ল কেমেৰাত কেনেদৰে প্রতিবিম্ব সৃষ্টি হয় চিত্র আঁকি বর্ণনা কৰা।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop