🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য | Chapter 8 | Class 6 New Science Chapter 8 Question And Answer | Class 6 New Science Chapter 8 Solution AJB |

পাঠ ৮

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য1. মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবােৰৰ নাম লিখা আৰু সেইবােৰৰ কাম উল্লেখ কৰা।

উত্তৰঃ 

2. প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবােৰ উল্লেখ কৰা।

 উত্তৰঃ 

3. তলত দিয়া প্রাণীবােৰৰ বাসস্থান আৰু গমনাংগবােৰৰ নাম লিখি এখন তালিকা প্রস্তুত কৰা। 

উত্তৰঃ 

4. মানুহৰ কংকালতন্ত্রৰ প্ৰধান ভাগ দুটা কি কি? ইয়াৰ অন্তৰ্গত হাড়বােৰৰ নাম উল্লেখ কৰা।

 উত্তৰঃ 


5. সন্ধি বা গাঠি কি? এইবােৰে মানুহৰ চলনত কিদৰে সহায় কৰে লিখা। 

উত্তৰঃ 

6. চমুকৈ উত্তৰ দিয়া।

a) চলন আৰু গমনৰ মাজৰ মূল প্রভেদ কি? 

উত্তৰঃ

b) কোনবােৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্লেজেলাৰ গমন কৰে?

 উত্তৰঃ 

c) তিমিৰ গমনাংগ কি?

 উত্তৰঃ 

d) আমাৰ দেহত থকা পেশী তিনিবিধ কি কি? 

উত্তৰঃ 

e) আটাইতকৈ ক্ষুদ্র আৰু আটাইতকৈ দীঘল হাড় দুডালৰ নাম লিখা।

উত্তৰঃ 

f) জঁকাটোত হাড়ৰ বাহিৰে আৰু কি কি অংশ থাকে?

 উত্তৰঃ

7. খালী ঠাই পূৰণ কৰা। 

a) একাধিক অংগ লগ হৈ একোটা ____ গঠন কৰে।

b) এক্সৰে-ফলিত দেখা পােৱা বগা ৰঙৰ চাপবােৰেই _____ ফটো।

c) মানুহৰ দেহত ____ টুকুৰা হাড় থাকে।

d) কামিহাড়-বাকচটো____ টুকুৰা হাড়েৰে গঠিত।


8. তলৰ কোনটো প্রাণীৰ ছয়খন ঠেং থাকে?

 a) শামুক

 b) ভেকুলী 

c) পইতাচোৰা

 d) মকৰা 

উত্তৰঃ 

9. জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ?

a) উদ্ভিদৰ চলন আছে কিন্তু গমন নাই।

b) চলন ক্রিয়াত ৰেচন তন্ত্রই সহায় কৰে।

c) প্রাণীৰ চলনত হাড় আৰু পেশীতন্ত্র ব্যৱহাৰ হয়।

d) হাড়ৰ সন্ধিবােৰৰ বাবে অংগবােৰ ভাঁজ লগাব পাৰি।

উত্তৰঃ 

10. মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্র হাড়টুকুৰা থাকে—

 a) আঙুলিত 

b) নাকত 

c) কাণত 

d) ভৰিত

উত্তৰঃ

11. অমিল শব্দযােৰ বাছি উলিওৱা। 

a) পৰুৱা – ঠেং

b) শামুক – পেশী

c) মাছ – বাকলি

 d) বাদুলি – ডেউকা

উত্তৰঃ 

12. মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ টুকুৰাৰ সংখ্যা হল— 

a ) 30 

b ) 31 

c ) 32 

d ) 33

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop