🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আমাৰ কাপোৰ | Chapter 6 | Class 6 New Science Chapter 6 Question And Answer | Class 6 New Science Chapter 6 Solution AJB |

পাঠ ৬

আমাৰ কাপোৰ

1. শুদ্ধ উত্তৰটো কি হ’ব লিখা— i) ফলৰ পৰা পােৱা আঁহবিধ হ’ল—

 a ) মৰাপাট

b ) লিনেন

c ) কপাহ

d ) মুগা

উত্তৰঃ 


ii ) কোনটো থূপৰ আটাইকেইবিধ আঁহ উদ্ভিদৰ পৰা পােৱা- 

a ) মৰাপাট, কপাহ, পাট

b ) মৰাপাট, কাপহ, মুগা

c ) কপাহ, নাইলন, এড়ি

d ) কপাহ, নাৰিকলৰ আঁহ, লিনেন

উত্তৰঃ 

iii ) কপাহৰ পৰা গুটি গুচোৱা সঁজুলিবিধ হ’ল—

 a ) নেওঠনী

b ) যঁতৰ

c ) টাকুৰি

d ) চেৰেকি

উত্তৰঃ 

2 . আমাক কাপােৰ কিয় লাগে চমুকৈ লিখা। 

উত্তৰঃ

3. উদ্ভিদৰ পৰা পােৱা চাৰিবিধ আঁহৰ নাম লিখা।

 উত্তৰঃ

4. কপাহৰ খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্রয়ােজন? কোন সময়ত ইয়াৰ গুটি সিঁচা হয়?

 উত্তৰঃ 

5. মৰাপাটৰ আঁহ কেনেকৈ প্ৰস্তুত কৰা হয় লিখা।

উত্তৰঃ

6. নাৰিকলৰ কোন অংশৰ পৰা আঁহ উলিওৱা হয়? নাৰিকলৰ আঁহৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা। 

উত্তৰঃ 

7. প্রাণীৰ পৰা পােৱা, উদ্ভিদৰ পৰা পােৱা আৰু সাংশ্লেষিক আঁহ চিনাক্ত কৰা— কপাহ, এড়ি, লিনেন, নাইলন, মৰাপাটৰ আঁহ, পলিএষ্টাৰ, মুগা, উণ।

 উত্তৰঃ

8. শুদ্ধ উক্তিটো চিনাক্ত কৰা—

 a ) গৰমত কপাহী কাপােৰ উপযােগী। 

উত্তৰঃ 

b ) যঁতৰেৰে কাপােৰ বােৱা হয়।

 উত্তৰঃ 

c ) মৰাপাটৰ ফলৰ পৰা আঁহ উলিওৱা হয়।

 উত্তৰঃ

d ) নাৰিকলৰ গা-গছৰ পৰা আঁহ উলিওৱা হয়। 

উত্তৰঃ 

e ) ধুতী আৰু শাৰী হ’ল আচলতে কাপােৰৰ টুকুৰা। 

উত্তৰঃ 

f ) ‘পূজাৰী ৰজা’ৰ মূর্তি মহেঞ্জোদাৰােত পােৱা গৈছে । 

উত্তৰঃ 
g) প্রাচীন চীন দেশত পলুৰ পৰা পাট সূতা আহৰণ কৰিছিল ।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop