🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

খাদ্য়ৰ উপাদান | Chapter 3 | Class 6 New Science Chapter 3 Question And Answer | Class 6 New Science Chapter 3 Solution AJB |

পাঠ ৩

খাদ্য়ৰ উপাদান

  1. শুদ্ধ উত্তৰ বাছি উলিওৱা-

(i) ভিটামিন A-ৰ অভাৱত হোৱা বেমাৰবিধ হ’ল-

a. কুকুৰীকণা

b. স্কাৰ্ভি

c. বেৰিবেৰি

d. ৰক্তহীনতা

উত্তৰঃকুকুৰীকণা।

(ii) দেহ-ইন্ধন হ’ল-
a. প্ৰ’টিন

b. কাৰ্ব’হাইড্ৰেট

c. ভিটামিন

d. খনিজ লৱন

উত্তৰঃ

  1. খালী ঠাই পূৰ কৰা।

(a) ভিটামিন D-ৰ অভাৱত ৰিকেট বেমাৰ হয়।

(b) চাউল, দাইল বেছিকৈ ধুলে তাত থকা ভিটামিনB আৰু ভিটামিনC নাইকিয়া হয়।

(c) খাদ্যত দীৰ্ঘদিন পুষ্টিদ্ৰব্যৰ অভাৱত অভাৱজনিত ৰোগ হয়।

  1. শুদ্ধ বাক্যত চিন (✓) দিয়া।

(a) কেৱল ভাত খালেই আমাৰ দেহৰ প্রয়ােজনীয় পৰিপুষ্টি পূৰণ হয়।

উত্তৰঃ

(b) সুষম আহাৰে অভাৱজনিত ৰােগবােৰক বাধা দিয়ে।

উত্তৰঃ

(c) শৰীৰৰ বাবে প্রয়ােজনীয় সুষম আহাৰত সকলাে পুষ্টিদ্রব্য নির্দিষ্ট পৰিমাণত থাকিব লাগে।

উত্তৰঃ

(d) কেৱল মাছ-মাংসই শৰীৰৰ প্রয়ােজনীয় সকলাে পুষ্টিদ্রব্য যােগান ধৰে।

উত্তৰঃ

  1. আহাৰত প্ৰ’টিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ

  1. তলত দিয়া উপাদানসমৃদ্ধ খাদ্যবােৰৰ প্রতিটোৰে দুটাকৈ নাম

উল্লেখ কৰা।

(a) স্নেহপদার্থ

উত্তৰঃ

(b) শ্বেতসাৰ

উত্তৰঃ

(c) আঁহজাতীয় খাদ্য

উত্তৰঃ

(d) প্ৰ’টিন

উত্তৰঃ

  1. কোনবিধ পুষ্টিদ্রব্যই প্রতিগ্রাম হিচাপত অধিক শক্তি প্রদান কৰে?

উত্তৰঃ

  1. কোনবিধ ভিটামিনৰ অভাৱে ‘ৰিকেট’ নামৰ বেমাৰবিধৰ সৃষ্টি কৰে?

উত্তৰঃ

  1. অধিক পৰিমাণৰ পানী থকা দুবিধ ফলৰ নাম লিখা।

উত্তৰঃ

  1. পুষ্টিদ্রব্য বুলিলে কি বুজা?

উত্তৰঃ

  1. আমাৰ খাদ্যত ৰুক্ষাহাৰৰ কাম কি?

উত্তৰঃ

  1. আমাৰ খাদ্যৰ পুষ্টিদ্রব্যসমূহৰ নাম লিখা।

উত্তৰঃ

  1. কার্বহাইড্রেট প্রধান উৎস কি কি?

(1) চুক্ৰজ।

(2) গ্লুক’জ।

(3) ফ্ৰক্টজ।

উত্তৰঃ

  1. দেহত কার্বহাইড্রেট আৰু প্ৰ’টিনৰ প্রয়ােজনীয়তা কি?

উত্তৰঃ

  1. সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰ কিয় লাগে লিখা।

উত্তৰঃ

  1. ভিটামিন B, C আৰু D- ৰ অভাৱত হ’ব পৰা ৰােগৰ নাম লিখা। এনে ৰােগৰ লক্ষণবােৰৰ লিখা।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop