🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

খাদ্য়ৰ পৰিষ্কৰণ | Chapter 4 | Class 6 New Science Chapter 4 Question And Answer | Class 6 New Science Chapter 4 Solution AJB |

পাঠ ৪

খাদ্য়ৰ পৰিষ্কৰণ

1. খালী ঠাই পূৰণ কৰা— 

a) মিশ্রটোত থকা প্রতিবিধ বস্তুৱেই হ’ল ইয়াৰ _______

b) বায়ু হ’ল অক্সিজেন, নাইট্রজেন আদি গেছৰ ______

2. শুদ্ধ উত্তৰ বাছি উলিওৱা— 

i) পানীত নিমখৰ দ্ৰৱৰ পৰা পানীখিনি আহৰণ কৰা পদ্ধতিটো হল— 

a) পৰিস্ৰাৱন

b) আস্ৰাৱন

c) অৱক্ষেপণ

উত্তৰঃ

ii) ধানৰ পৰা পতান পৃথক কৰা পদ্ধতিটো হ’ল 

a) জৰা

b) মৰণা মৰা

c) হাতেৰে বন্ধা

d) চালন

উত্তৰঃ

3. ঘেঁহুৰ বাকলি আৰু আটা কি পদ্ধতিত পৃথক কৰিব পাৰি? 

উত্তৰঃ 

4. মিশ্রৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ 

5. পৰিস্ৰাৱণ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ 

6. যি পদ্ধতিৰে গেছীয় পদার্থক জুলীয়া অৱস্থালৈ পৰিবৰ্তন কৰা হয়, তাক কি বােলে? 

উত্তৰঃ 

7 . ঘৰত শাক-পাচলিৰ খেতি কৰোঁতে মাটিত থকা শিলৰ টুকুৰাবােৰ কেনেদৰে আঁতৰ কৰিবা? 

উত্তৰঃ 

8. সাগৰৰ পানীৰ পৰা কিদৰে নিমখ আহৰণ কৰা হয় চমুকৈ লিখা। 

উত্তৰঃ

9. ময়দা-লােৰ গুড়িৰ মিশ্ৰনৰ পৰা লােৰৰ গুড়ি কিহৰে পৃথক কৰিবা?

উত্তৰঃ 

10. দৈনন্দিন জীৱনত ছেকন-পদ্ধতিৰ ব্যৱহাৰৰ উদাহৰণ দিয়া। 

উত্তৰঃ 

11. পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবােৰ কেনেকৈ পৃথক কৰিবা লিখা। 

উত্তৰঃ 

12. শস্যৰ লগত বিভিন্ন অলাগতিয়াল পদার্থ মিহলি হৈ থাকিলে কিদৰে পৃথক কৰিবা? 

উত্তৰঃ 

13. মৰণা মৰা আৰু জৰা পদ্ধতি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ 

14. নিমখ-পানীৰ পৰা কেনেকৈ নিমখ আৰু পানী পৃথক কৰি সংগ্ৰহ কৰিবা লিখা।

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop