খাদ্য় আৰু ইয়াৰ উৎস | Chapter 2 | Class 6 New Science Chapter 2 Question And Answer | Class 6 New Science Chapter 2 Solution AJB |

পাঠ ২

খাদ্য় আৰু ইয়াৰ উৎস

1. শুদ্ধ উত্তৰ বাছি লােৱা। 

(i) গাজৰ হ’ল উদ্ভিদৰ 

(a) শিপা

(b) কাণ্ড

(c) বীজ

(d) ফল

উত্তৰঃ 

(ii) হৰিণা এবিধ 

(a) সর্বভােজী 

(b) মাংসভােজী 

(c) তৃণভােজী প্রাণী

উত্তৰঃ

( iii ) মৌ হ’ল 

(a) শৰ্কৰা 

(b) প্র’টিন

(c) স্নেহপদার্থ 

(d) খনিজ লৱণৰ উত্তম উৎস 

উত্তৰঃ 

2. তলত দিয়া শব্দবােৰেৰে খালী ঠাই পূৰণ কৰা— 

তৃণভােজী, উদ্ভিদজাত, গাখীৰ, কুঁহিয়াৰ, মাংসভােজী 

(a) বাঘ এবিধ _______ প্রাণী কাৰণ, ই কেৱল মাংস খায়। 

(b) হৰিণে কেৱল উদ্ভিদজাত সামগ্রী খায় আৰু সেয়েহে ইয়াক _______ বুলি কোৱা হয়। 

(c) ______এবিধ পানীয়, ই গৰু, ম’হ আৰু ছাগলীৰ পৰা পােৱা এবিধ প্রাণীজাত সামগ্রী। 

(d) _______ পৰা আমি চেনি পাওঁ।

3. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

4. খাদ্যাভ্যাস বেলেগ বেলেগ হােৱাৰ কাৰণ কি? 

উত্তৰঃ 

5. উদ্ভিদৰ কি কি অংশক খাদ্য হিচাপে গ্রহণ কৰা হয়? 

উত্তৰঃ উদ্ভিদৰ বীজ, ফল, ফুল, পাত, শিপা, কাণ্ড আদি খাদ্য হিচাপে গ্ৰহণ কৰে।

6. প্রাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয়? 

উত্তৰঃ 

7. খাদ্য কাক বােলে? খাদ্যৰ প্ৰয়ােজনীয়তা কি? 

উত্তৰঃ

৪. উদ্ভিদে কিদৰে খাদ্য সংগ্রহ কৰে? 

উত্তৰঃ

9. প্রাণীয়ে কিদৰে আহাৰ সংগ্ৰহ কৰে? 

উত্তৰঃ 

10. আমি খােৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবােৰৰ নাম উল্লেখ কৰা। 

উত্তৰঃ 

11. এজোপা সম্পূর্ণ উদ্ভিদৰ ছবি আঁকা।

উত্তৰঃ 

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping