জীৱৰ আৱাসস্থলী | Chapter 5 | Class 6 New Science Chapter 5 Question And Answer | Class 6 New Science Chapter 5 Solution AJB |

পাঠ ৫

জীৱৰ আৱাসস্থলী

1. শুদ্ধ উত্তৰ বাছি উলিওৱা-

i) ধাবনশীল প্ৰাণীৰ উদাহৰণ হ’ল-

a) কেঁচু

b) হৰিণা

c)কেৰ্কেটুৱা

d) বান্দৰ

উত্তৰঃ

ii) ফুলৰ সহায়ত উশাহ লোৱা প্ৰাণীবিধ হ’ল-

a) তিমিমাছ

b) ডলফিন

c) কাছ

d)ৰৌ মাছ

উত্তৰঃ 

2. খালী ঠাই পূৰ কৰা-

a) খাগৰি এবিধ _______জাতীয় উদ্ভিদ।

b) জীৱ বুলিলে আমি _____আৰু _____ দুয়োকে বুজোঁ।

c) _______আৰু কি উই  চৰায়ে উৰিব নোৱাৰে।

d) ____,_____,____ তৃণভুমিত থাকে।

3. আৱাসস্থলী কি?

উত্তৰঃ 

4. মেটেকা কেনেকৈ পানীত উপঙি থাকে?

উত্তৰঃ 

5. গঁড়ে গৰমত কিয় বোকাত লুটি-বাগৰ দি থাকে?

উত্তৰঃ

6. অভিযোজন কাক বোলে? ইয়াৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ 

7. দুটা স্থলজ আৰু দুটা জলজ আৱাসস্থলীৰ নাম লিখা।

উত্তৰঃ দুটা স্থলজ আৰু দুটা জলত আৱাসস্থলীৰ নাম হ’ল-

স্থলজ – 

জলজ –

8. হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত সাৰিবৰ বাবে কি কি অভিযোজনৰ সহায় লয়?

উত্তৰঃ

    

9. চৰাইবোৰে উৰিবৰ বাবে কেনে ধৰণৰ অভিযোজনৰ আশ্ৰয় লয়?

উত্তৰঃ 

10. মৰুভূমিত প্ৰাণী আৰু উদ্ভিদৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

11. মাছৰ জলজ অভিযোজনৰ কিছুমান কৌশল বৰ্ণনা কৰা।

উত্তৰঃ 

12. চাৰিটা জলজ আৱাসস্থলীৰ বৰ্ণনা কৰা।

উত্তৰঃ

13. উটে মৰুভূমিত থকাৰ উপযোগীকৈ কি কি অভিযোজনৰ সহায় লয়?

উত্তৰঃ 

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop