তথ্যৰ উপস্থাপন
অধ্যায় 14
অনুশীলনী 14 (B)
1. এখন বিদ্যালয়ৰ 2018 শিক্ষাবৰ্ষত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনে ধৰণৰ-
এই তথ্যখিনিৰ এটা দণ্ডলেখ কৰা ।
2. হৰ্ষিতাই ষষ্ঠ শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত বিভিন্ন বিষয়ত পোৱা নম্বৰবোৰ এনে ধৰণৰ –

এই তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা ।
3. এজন মানুহৰ বিভিন্ন শিতানত হোৱা মাহিলি খৰচ এনে ধৰণৰ

তথ্যখিনিৰ এটা দণ্ডলেখ অংকন কৰা । ( 1 একক উচ্চতা = 500 টকা হিচাপে ল’ব পাৰিবা )
4. 150 গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চলোৱা এটা সমীক্ষাৰ পৰা দেখা গৈছে যে তেওঁলোকে আজৰি সময়ত কৰি ভাল পোৱা কামবোৰ এনে ধৰণৰ –
.png)
এই তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা ।
5. এজন ফল বেপাৰীয়ে কোনো এটা দিনত বিক্ৰী কৰা বিভিন্ন ফলৰ পৰিমাণ ( কিগ্ৰা. )ত তলৰ দণ্ডচিত্ৰত দেখুওৱা হৈছে ।

সিপিঠিৰ দণ্ডচিত্ৰ চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা ।
(i) কোনবিধ ফলৰ বিক্ৰী আটাইতকৈ বেছি হৈছিল ?
(ii) কোনবিধ ফল আটাইতকৈ কম পৰিমাণত বিক্ৰী হৈছিল ?
(iii) সেইদিনা আপোল কিমান কিগ্ৰা. বিক্ৰী হৈছিল ?
(iv) ডালিম আৰু নাচপতি কোনবিধৰ বিক্ৰী বেছি ?
(v) মধুৰীআমতকৈ আপেলৰ বিক্ৰী কিমান কিগ্ৰা. বেছি / কম ?
(vi) 10 কিগ্ৰা.তকৈ বেছি বিক্ৰী হোৱা ফলবোৰ কি কি ?
Question Type By- Himadree Bora
Post ID: DABP002007