🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা | Chapter 9 | Class 6 New Science Chapter 9 Question And Answer | Class 6 New Science Chapter 9 Solution AJB |

পাঠ ৯

বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা

1) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) বায়ুত থকা গেছৰ সংখ্যা হ’ল-

a. এবিধ

b. তিনিবিধ

c. কেইবাবিধ 

d. এটাও নহয়

উত্তৰঃ 

ii) বায়ুত সৰ্বাধিক পৰিমাণে থকা গেছবিধ হ’ল-

a. অক্সিজেন

b. নাইট্ৰজেন

c. কাৰ্বন-ডাই-অক্সাইড

d. জলীয়বাষ্প

উত্তৰঃ 

iii) বায়ুত থকা উপাদান হ’ল-

a. অক্সিজেন

b. নাইট্ৰজেন

c. ধূলি আৰু ধোঁৱা

d. গোটেইবোৰ

উত্তৰঃ 

iv) উদ্ভিদে সালোকসংশ্লেষণত ব্যৱহাৰ কৰা গেছবিধ হ’ল-

a. নাইট্ৰজেন

b. অক্সিজেন

c. কাৰ্বন-ডাই-অক্সাইড

d. এটাও নহয়

উত্তৰঃ 

v) জীৱৰ শ্বসনত ব্যৱহৃত গেছবিধ হ’ল-

a. অক্সিজেন

b. কাৰ্বন ডাইঅক্সাইড

c. নাইট্ৰজেন

d. এটাও নহয়

উত্তৰঃ 

vi) কেঁচুৰ শ্বাস-অংগবিধ হ’ল-

a. নাক

b. কাণ

c. ছাল

d. হাঁওফাঁও

উত্তৰঃ 

vii) তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাঁওফাঁওৰে উশাহ লয়?

a. ডলফিন

b. মাছ

c. কেঁকোৰা

d. শিহু

উত্তৰঃ 

2. স্তম্ভ A আৰু B মিলোৱাঃ

3. এটা শব্দত উত্তৰ লিখাঃ

a) আমাৰ চাৰিওফালে থকা বায়ুৰ আৱৰণ

উত্তৰঃ 


b) জুই জলাত সহায় কৰা গেছবিধ

উত্তৰঃ

c) বায়ুমণ্ডলত ক্ষতিকাৰক গেছ, ধূলি, ধোঁৱা আদি যােগ হােৱা

উত্তৰঃ 


d) চুণপানী ঘােলা কৰা এবিধ গেছউত্তৰঃ 

e) লালুকীৰ শ্বাস – অংগ

উত্তৰঃ 

f) গছৰ পাতত থকা সৰু সৰু ছিদ্র

উত্তৰঃ 


4. শুদ্ধ নে অশুদ্ধ লিখা।

 a) উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে সালােক-সংশ্লেষণত অক্সিজেন গেছ ব্যৱহাৰ কৰে।

উত্তৰঃ 


b) জলজ প্রাণীবােৰে পানীত মিহলি হৈ থকা অক্সিজেন গেছ ব্যৱহাৰ কৰে।

উত্তৰঃ 


c) বায়ু চলাচল কৰাকে বতাহ বােলে।

উত্তৰঃ


d) মাটিত বায়ু সােমাই নাথাকে।

উত্তৰঃ 


e) পৃথিৱীত জীৱ বৰ্তি থাকিবৰ বাবে বায়ুমণ্ডল প্রয়ােজনীয়।

উত্তৰঃ 


5. চমু উত্তৰ দিয়া।

a) বায়ুৰ চাৰিবিধ প্রয়ােজনীয়তা উল্লেখ কৰা।

উত্তৰঃ

b) ঘঁৰিয়ালে কেনেদৰে উশাহ লয়?

উত্তৰঃ 
c) বায়ুত যে ধূলিকণা থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰঃ 
d) বায়ু – প্ৰদূষণ বুলিলে কি বুজা? বায়ু-প্ৰদূষণৰ কেইটামান কাৰণ উল্লেখ কৰা।

উত্তৰঃ 

e) বায়ুত কার্বন-ডাই-অক্সাইডৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা? 

উত্তৰঃ 
6. সংজ্ঞা দিয়া (a) সালােকসংশ্লেষণ

উত্তৰঃ 
(b) শ্বাস-প্রশ্বাস 

উত্তৰঃ

7. প্রাণীয়ে শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰে। বায়ুমণ্ডললৈ এই অক্সিজেন ক’ৰ পৰা আহে? 

উত্তৰঃ 


৪. উত্তৰ দিয়া : 

a) দেখাত খালী যেন লগা বটল এটাৰ ভিতৰতাে বায়ু থাকে। এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে এটা পৰীক্ষা বর্ণনা কৰা। 

উত্তৰঃ

b) বায়ুত যে জলীয় বাষ্প থাকে, তাক কিদৰে প্ৰমাণ কৰিবা? 

উত্তৰঃ 
c) মাটিৰ তলত বাস কৰা কেঁচুবােৰে উশাহ ল’বৰ বাবে বায়ু ক’ৰ পৰা পায়? মাটিত যে বায়ু সােমাই থাকে এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।

উত্তৰঃ 

d) বায়ুত থকা উপাদানবােৰৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ 

(১) অক্সিজেনঃ 

(২) নাইট্ৰজেনঃ

(৩) কাৰ্বন-ডাই-অক্সাইডঃ 

(৪) জলীয় বাষ্পঃ 

(৫) ধূলিকণা আৰু ধোৱাঃ 

e) বায়ুত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড গেছৰ সমতা কেনেদৰে বৰ্তি থাকে ব্যাখ্যা কৰা। 

উত্তৰঃ 

f) বৰষুণ দিলে কেঁচুবােৰ কিয় বাহিৰলৈ ওলাই আহে বাৰু?

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop