বৰষুণ, মেঘ, কুৱলী আৰু নিয়ৰ | Chapter 17 | Class 6 New Science Chapter 17 Question And Answer | Class 6 New Science Chapter 17 Solution AJB |

প্ৰশ্নাৱলী

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i) বৰষুণ জোখা সঁজুলবিধৰ নাম-

a) থাৰ্ম’মিটাৰ

b) বেৰ’মিটাৰ

c) ৰেইন গজ

d) ওপৰৰ এটাও নহয়

উত্তৰঃ

ii) উষ্ণতা জোখা সঁজুলিবিধৰ নাম-

a) থাৰ্ম’মিটাৰ

b) বেৰ’মিটাৰ

c) ৰেইন গজ

d) ওপৰৰ এটাও নহয়

উত্তৰঃ 

iii) জ্বৰ হ’লে মানুহৰ শৰীৰৰ উষ্ণতা-

a) কমি যায়

b) একে থাকে

c) বেছি হয়

d) এবাৰ কমে আৰু এবাৰ বাঢ়ে

উত্তৰঃ

iv) আমাৰ শৰীৰতকৈ অধিক তপত হৈ থকা বস্তু এটা হাতেৰে চুলে

আমি

a) ঠাণ্ডা অনুভৱ কৰোঁ

b) গৰম অনুভৱ কৰোঁ

c) ঠাণ্ডা বা গৰম একো অনুভৱ নকৰোঁ

d) ওপৰৰ এটাও নহয়

উত্তৰঃ 

v) তাপ পালে বস্তুৰ উষ্ণতা-

a) বাঢ়ে

b) কমে

c) একে থাকে

d) কেতিয়াবা বাঢ়ে আৰু কেতিয়াবা কমে

উত্তৰঃ 

vi) তাপ

a) কম উষ্ণতাৰ পৰা বেছি উষ্ণাতালৈ প্ৰবাহিত হয়

b) প্ৰবাহিত নহয়

c) বেছি উষ্ণতাৰ পৰা কম উষ্ণাতালৈ প্ৰবাহিত হয়

d) তাপৰ প্ৰবাহ উষ্ণতাৰ ওপৰৰ নিৰ্ভৰ নকৰে

উত্তৰঃ 

2. চমু উত্তৰ দিয়া । 

a ) উষ্ণতা মানে কি ?

উত্তৰঃ 

b ) বৰফ হাতেৰে চুলে কিয় চেঁচা লাগে ? 

উত্তৰঃ

c ) বস্তু এটাই কেতিয়া তাপ গ্রহণ কৰে ? 

উত্তৰঃ

d ) বস্তু এটাই কেতিয়া তাপ এৰি দিয়ে ? 

উত্তৰঃ 

e ) পানীৰ অৱস্থা কেইটা আৰু কি কি ? 

উত্তৰঃ

f ) ডাৱৰ কি বস্তু ? 

উত্তৰঃ 

g ) নিয়ৰ কি ? 

উত্তৰঃ 

h ) বাষ্পীভৱন মানে কি ? 

উত্তৰঃ 

i ) বাষ্পীকৰণ আৰু বাষ্পীভৱনৰ মাজত পার্থক্য কি ? 

উত্তৰঃ 

j ) কি কি উপায়েৰে আমি তাপ পাব পাৰোঁ লিখা । 

উত্তৰঃ 

3. দুটা বা তিনিটা বাক্যত উত্তৰ দিয়া । 

a ) বায়ুত যে জলীয়বাষ্প থাকে সেয়া কেনেদৰে গম পাব পাৰি ? 

উত্তৰঃ 

b ) এগিলাছ পানীত বৰফ এটুকুৰা পেলাই দিলে গিলাছটোৰ বাহিৰ ফালে পানীৰ কণিকাৰ সৃষ্টি হয় কিয় ? 

উত্তৰঃ 

c ) বৰফ এটুকুৰা মুখত দিলে পমি যায় কিয় ? 

উত্তৰঃ

d ) ঘনীভৱন মানে কি ? ঘনীভৱনৰ ফলত সৃষ্টি হােৱা তিনিবিধ বস্তুৰ নাম লিখা । 

উত্তৰঃ

e ) ফাগুন-চ’ত মাহত ছাতমেলি দিয়া কাপােৰ কিয় সােনকালে শুকায়? 

উত্তৰঃ

f ) মেঘ আৰু কুঁৱলীৰ মাজত কি মিল আৰু কি অমিল লিখা।

উত্তৰঃ

g ) কুঁৱলী আৰু নিয়ৰৰ মাজত কি মিল আৰু কি অমিল লিখা।

উত্তৰঃ

4. মেঘ কেনেদৰে সৃষ্টি হয় পাঁচ / ছয়টা বাক্যত উত্তৰ দিয়া ।

উত্তৰঃ

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop