Class 11 Chemistry Book Chapter 8 | অধ্য়ায়ঃ ৮ | ৰেডক্স বিক্ৰিয়া | Class 11 Chemistry Chapter 8 Question and Answer Assam | ৰেডক্স বিক্ৰিয়া পাঠটোৰ প্ৰশ্ন উত্তৰ

অধ্য়ায়ঃ ৮

ৰেডক্স বিক্ৰিয়া

অনুশীলনী

8.1 তলত দিয়া প্ৰতিটো যৌগৰে চিহ্নিত মৌলটোৰ জাৰণ সংখ্যা গণনা কৰা –

a) NaH2PO4 b) NaHSO4 c) H4P2O7 d) K2MnO4

e) CaO2 f) NaBH4 g) H2S2O2 h) KAl(SO4)2 12H2O

উত্তৰঃ

8.2 তলত উল্লেখ কৰা যৌগবোৰত চিহ্নিত মৌলবোৰৰ জাৰণ সংখ্য়া কিমান নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া-

a) KI3 b) H2S4O6 c) Fe3O4 d) CH3CH2OH e) CH3COOH

উত্তৰঃ

8.3 দেখুওৱা যে তলৰ বিক্ৰিয়াবোৰ ৰেডক্স বিক্ৰিয়া-

a)CuO(s)+H2(g) → Cu(s)+H2O(g)

b) Fe2O3(s)+3CO(g) → 2Fe(s)+3CO2(g)

c) 4BCl3(g)+3LiAlH4(s) → 2B2H6(g)+3LiCl(s)+3AlCl3(s)

d) 2k(s)+F2(g) → 2K+F(s)

e) 4NH3(g)+5O2(g) → 4NO(g)+6H2O(g)

8.4 ফ্লুৰিনে বৰফৰ সৈতে তলত দিয়া ধৰণেৰে বিক্ৰিয়া কৰে –

H2O(s)+F2(g) → HF(g)+HOF(g)

দেখুওৱা যে এইটো এটা ৰেডক্স বিক্ৰিয়া ।

উত্তৰঃ

8.5 H2SO5, Cr2O72- আৰু NO3 ত থকা ছালফাৰ, ক্ৰ ‘মিয়াম আৰু নাইট্ৰ ‘জেনৰ জাৰণ সংখ্য়া গণনা কৰা । এই যৌগবোৰৰ গঠন ঠাৱৰ কৰা।

উত্তৰঃ

8.6 তলত উল্লেখ কৰা যৌগবোৰৰ সংকেত লিখা-

a) মাৰকিউৰিক(II) ক্ল ‘ৰাইড b) নিকেল(II) ছালফেট

c) টিন(IV) অক্সাইড d) থেলিয়াম(I) ছালফেট

e) আইৰণ(III) ছালফেট f) ক্ৰ ‘মিয়াম(III) অক্সাইড

উত্তৰঃ

8.7 কাৰ্বনৰ জাৰণ অৱস্থা -4 ৰ পৰা +4 লৈ আৰু নাইট্ৰ ‘জেনৰ জাৰণ অৱস্থা -3 ৰ পৰা +5 বিশিষ্ট যৌগবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

8.8 ছালফাৰ ডাইঅক্সাইড আৰু হাইড্ৰ ‘জেন পেৰ ‘ক্সাইড যৌগ দুটাই ইহঁতৰ ৰাসায়নিক বিক্ৰিয়াত জাৰক আৰু বিজাৰক হিচাপে ক্ৰিয়া কৰে; কিন্তু অ ‘জন আৰু নাইট্ৰিক এছিডে কেৱল জাৰক হিচাপেহে ক্ৰিয়া কৰে । ইয়াৰ কাৰণ ব্য়াখ্য়া কৰা।

উত্তৰঃ

8.9 তলৰ বিক্ৰিয়া দুটা বিবেচনা কৰা-

a) 6 CO2(g)+6 H2O(L) → C6H12O6(aq)+6O2(g)

b) O3(g)+H2O2(L) → H2O(L)+2 O2(g)

উত্তৰঃ

এই বিক্ৰিয়া দুটাক তলত দিয়া ধৰণে লিখিলে অধিক উপযুক্ত হয় কিয় লিখা-

a) 6CO2(g)+12H2O(L) → C6H12O6(aq)+6H2O(L)+6O2(g)

b) O3(g)+H2O2(L) → H2O(L)+O2(g)

a) আৰু b) ৰেডক্স বিক্ৰিয়া দুটাৰ গতি পথ নিৰ্ণয়ৰ বাবে এটা কৌশল প্ৰস্তাৱ কৰা ।

উত্তৰঃ

8.10 AgF2যৌগটো এটা দুস্থিত যৌগ । কিন্তু যদি যৌগটো গঠিত হয়, তেন্তে যৌগটোৱে এটা তীব্ৰ জাৰক হিচাপে ক্ৰিয়া কৰিব । ইয়াৰ কাৰণ ব্য়াখ্য়া কৰা ।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop