🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 নতুন লহৰ Chapter 2 Question and Answer | Class IV নতুন লহৰ Lesson 2 solution by Book Land নতুন লহৰ |

গাঁৱৰ ঘৰত

দ্বিতীয় অধ্য়ায়

(ক) প্ৰশ্নৰ উত্তৰ লিখাঃ

(১) লিখকৰ আচল ঘৰ ক’ত ?

উত্তৰ :-

(২) লিখক ভাৰা ঘৰত কিয় থাকে ?

উত্তৰ :-

(৩) লিখকে কোন সময়ত গাঁৱৰ ঘৰলৈ যোৱা বুলি কৈছে ?

উত্তৰ :-

(৪) মৰণা ক’ত মাৰে ?

উত্তৰ :-

(৫) সুমথিৰা-টেঙাৰ আৰু নাম আছে নেকি ?

উত্তৰ :-

(৬) যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, নগাঁও এইবোৰ কি ?

উত্তৰ :-

(খ) কাষত ঘৰত থকা সম্বন্ধ মিলোৱাঃ

(১) দেউতাৰ / মাৰ মাক (ককা,আইতা, মাহী, পেহী, খুৰা,মামা)

(২) মাৰ ভনীয়েক

(৩) মাৰ ভায়েক / ককায়েক

(৪) দেউতাৰ / মাৰ দেউতাক

(৫) দেউতাৰ ভনীয়েক

(৬) দেউতাৰ ভায়েক

(গ) ভুল শব্দবোৰ কাটাঃ

(১) গাঁৱত নগৰৰ দৰে ওখ ওখ ঘৰ আছে / নাই।

উত্তৰ :-

(২) সুমথিৰা আৰু ৰবাব গৰমৰ / জাৰৰ দিনৰ ফল।

উত্তৰ :-

(৩) ককাহঁতৰ চোতালত / পথাৰত মৰণা মাৰে।

উত্তৰ :-

(৪) পুহ / ভাদ মাহত ধান চপায়।

উত্তৰ :-
(৫) শাকনিত কুঁহিয়াৰ/মূলা, পালেং, কবি খেতি কৰে।

উত্তৰ :-

(ঘ) শুদ্ধ শব্দ আঁচ টানি লগ লগোৱাঃ

ধান, মাহ, সৰিয়হ পাচলি

গোলাপ, তগৰ, শেৱালি ফল

লাও, কোমোৰা, কবি পশু

ৰবাব, সুমথিৰা, মধুৰিআম শস্য়

পখিলা, জিঞা, ফৰিং পক্ষী

গৰু, ছাগলী, কুকুৰ ফুল

হাঁহ, কুকুৰা, পাৰ পতংগ

(ঙ) পাঠৰ সহায়ত শূন্য় স্থান পূৰ কৰাঃ

আমাৰ খুৰাই কাম কৰে। তেওঁলোকৰ পথাৰত এইবোৰ হয়। বাৰীত আম, কঁঠালৰ গছ আছে। নেমু-টেঙা, সুমথিৰা-টেঙা আৰু গছো আছে।

Type By- Pal Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop