🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 নতুন লহৰ Chapter 3 Question and Answer | Class IV নতুন লহৰ Lesson 3 Solution by book Land নতুন লহৰ

নোৱাৰোঁ

তৃতীয় অধ্য়ায়

(ক) প্ৰশ্নঃ

(১) এলেহুৱা কাক বোলে ?

উত্তৰ :-

(২) কোনবোৰ মানুহে নোৱাৰোঁ বুলি কয় ?

উত্তৰ :-

(৩) ভাল নাম পাবলৈ কি কৰিব লাগে ?

উত্তৰ :-

(৪) কোনো কামত এবাৰত কৰিব নোৱাৰিলে কবিয়ে কি কৰিবলৈ কৈছে ?

উত্তৰ :-

(খ) বিপৰীত শব্দ লিখাঃ

পাৰে কৰে হয়

আছে দিয়ে আহে

খায় যায় মাতে

লিখে ধৰে পৰে

খেলে বহে পিন্ধে

(গ) তলৰ বাক্য় কাইশাৰীৰ অৰ্থ এটা শব্দ লিখাঃ

যি মানুহৰ এলাহ আছে।

যাৰ সাহ আছে।

যাৰ বুদ্ধি আছে।

যি মানুহৰ বল আছে।

যাৰ ধন আছে।

যি বেছিকৈ কথা কয়।

(ঘ) তলৰ কবিতাফাকিৰ অৰ্থ গদ্য়ত লিখাঃ

“ভাল নাম পাবলৈ যদি কৰা মন

তেনেহ’লে নুবুলিবা ‘নোৱাৰোঁ’ বচন”

উত্তৰ :-

(ঙ) তলৰ বাক্য়শাৰী তিনিবাৰকৈ লিখাঃ

এলাহ মানুহৰ প্ৰধান শত্ৰু।

Type By- Pal Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop