🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Assamese Book Chapter 9 MCQs | যেতিয়াৰ যিটো বন |

যেতিয়াৰ যিটো বন

Chapter 9

১।  গহৰি অৰ্থ কি ?

(ক) পলম

(খ) সোনকালে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) পলম

২। সময়ৰ লগে লগে কামবোৰ কৰিলে কি লাভ হয় ?

(ক) টান

(খ) সহজ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) সহজ

৩।  এলাহ কি থাকিলে মানুহে জীৱনত  সফল হব পাৰেনে নোৱাৰে ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নোৱাৰে

৪। টুটি অৰ্থ কি ?

(ক) কমি যোৱা

(খ) বাহি যোৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) কমি যোৱা

৫। এলাহ অৰ্থ কি ?

(ক) কাম কৰিবলৈ অনিচ্ছা

(খ) কোম কৰি ভাল পোৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) কাম কৰিবলৈ অনিচ্ছা

৬। বন মানে কি ?

(ক) কাম

(খ) সুনাম

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) কাম

৭। যশ অৰ্থ কি ?

(ক) সুনাম

(খ) সহজ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সুনাম

৮। কাল কাক বোলে ?

(ক) ক্ৰিয়া সময়কে কাল বোলে

(খ) নকৰা বা নোহাৱাকে কাল বোলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ক্ৰিয়া সময়কে কাল বোলে

৯। কবিতাটোৰ কবিজনৰ নাম কি ?

(ক) হৰিনাৰায়ণ দত্তবৰুৱা

(খ) ৰঘুনাথ বৰুৱা

(গ) নৱকান্ত বৰুৱা

উত্তৰঃ (ক) হৰিনাৰায়ণ দত্তবৰুৱা

১০। ক্ৰিয়াপদ কাক বোলে ?

(ক) যি পদে কাম কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে

(খ) যি পদে কোনো দূখ গুণ পৰিমাণ আদি বুজায় তাক ক্ৰিয়া পদ বোলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) যি পদে কাম কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে

১১। সময়ৰ লগে লগে কাম কৰি গ’লে সকলোতে কি পোৱা যায় ?

(ক) ঢিলা

(খ) কঠিন

(গ) এটাও নহয়

উত্তৰঃ (ক) ঢিলা

১২। নঞৰ্থক ক্ৰিয়াপদ কাক বোলে ?

(ক) হোৱা বা নোহোৱা পদক

(খ) নকৰা বা নোহোৱা পদক

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নকৰা বা নোহোৱা পদক

১৩। বন কেতিয়া কৰিব লাগে?

(ক) যেতিয়া যিতো বন তেতিয়াই

(খ) যেতিয়া যিতো মন নাযায়

(গ) যেতিয়াই মন যাই তেতিয়াই

উত্তৰঃ (ক) যেতিয়া যিতো বন তেতিয়াই

১৪ । কাম কেতিয়া পিছ পৰে ?

(ক) জীৱনত কৰিব নোৱাৰা হ’লে

(খ) মৃত্যুৰ সময় আহিলে

(গ) সময়ত নকৰিলে

উত্তৰঃ (গ) সময়ত নকৰিলে

১৫। ন+কৰে=

(ক) নকৰিলে

(খ) নকৰে

(গ) নকৰ

উত্তৰঃ (খ) নকৰে

১৬। আপদ শব্দৰ অৰ্থ কি ?

(ক) বিপদ

(খ) আওকাণ

(গ) বিশ্ৱাস

উত্তৰঃ (ক) বিপদ

১৭। যেতিয়াৰ যিটো বন ধৰা _________এলাহত নুখুজিবা ছুটী ।

(ক) এতিয়াই

(খ) সহজে

(গ) ততালিকে

উত্তৰঃ ততালিকে

১৮। জীৱনৰ দিন কি হয় যায়?

(ক) ছুটী হয় যায়

(খ) দীৰ্ঘদিনীয়া হয়

(গ) টুটি যায়

উত্তৰঃ (গ) টুটি যায়

১৯। কি নকৰিলে নাম,যশ লভিব পাৰি ?

(ক) এলাহ নকৰিলে

(খ) কাম নকৰিলে

(গ) এলেহুৱা হ’লে

উত্তৰঃ (ক) এলাহ নকৰিলে

২০। তলৰ নঞৰ্থক ক্ৰিয়া পদ কোনটো ? 

(ক) হয়

(খ) নহয়

(গ) যশ

উত্তৰঃ (খ) নহয়

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop