🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Mathematics Book Chapter 1 Exercise 1 (D) Answer | AJB School Class 6 Mathematics Chapter সংখ্য়া Exercise 1 (D) Question Answer Solution |


অধ্যায়-1

সংখ্য়া (Numbers)

অনুশীলনী 1 (D)

1. এজন কিতাপ দোকানীয়ে ডিছেম্বৰ মাহত 4,50,368 টকা, জানুৱাৰি মাহত 12,30,900 টকা আৰু ফেব্ৰুৱাৰী মাহত 3,68,789 টকা মূল্যৰ কিতাপ বিক্ৰী কৰিলে। দোকানীজনে তিনিওটা মাহত মুঠতে কিমান টকাৰ কিতাপ বিক্ৰী কৰিলে? ডিছেম্বৰ মাহতকৈ জানুৱাৰী মাহত কিমান টকাৰ কিতাপ বেছিকৈ বিক্ৰী কৰিলে?

Ans:

2. এখন দৈনিক বাতৰি কাকত 14টা পৃষ্ঠাযুক্ত। বাতৰি কাকতখন দৈনিক 40,000 কপি ছপা কৰা হয়। দৈনিক কিমান পৃষ্ঠা ছপা কৰা হয়?

Ans:

3. এটা নিৰ্বাচনত এজন প্রতিদ্বন্দ্বীয়ে দ্বিতীয় স্থান লাভ কৰা প্রতিদ্বন্দ্বীজনতকৈ 78,329টা ভোট বেছি লাভ কৰি জয়ী হ’ল। যদি জয়ী হোৱা প্রতিদ্বন্দ্বীজনে 2,35,668টা ভোট লাভ কৰিলে, তেন্তে দ্বিতীয় স্থানত থকাজনে কিমানটা ভোট লাভ কৰিলে?

Ans:

4. এটা ঔষধৰ বাকচত 1,75,000টা টেবলেট ভৰোৱা হয়। প্ৰতিটো টেবলেটৰ ওজন 20 মিলিগ্রাম। বাকচটোত থকা ঔষধখিনিৰ মুঠ ওজন (i) গ্ৰামত প্রকাশ কৰা। (ii) কিল’গ্ৰামত প্ৰকাশ কৰা।

Ans:

5. 7, 5, 6, 0, 3, 8 অংক টোৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ লিখিব পৰা টো অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা।

Ans:

6. এজন ছাত্রক 6953 সংখ্যাটোক 68ৰে পূৰণ কৰিবলৈ দিয়াত ছাত্ৰজনে 68ৰ ঠাইত ভুলকৈ 86 লিখি পূৰণটো কৰিলে। তেওঁ শুদ্ধ উত্তৰটোতকৈ কিমান কম বা বেছি পালে?

Ans:

7. এটা চোলা চিলাওঁতে 2 মি. 50 ছেমি. কাপোৰ লাগে। 55 মি. কাপোৰেৰে কিমানটা চোলা চিলাব পৰা যাব? 

Ans:

৪. এজন চাকৰিয়ালৰ ঘৰৰ পৰা কাৰ্য্যালয়লৈ দূৰত্ব 2 কিমি. 150 মিটাৰ। কোনো এটা সপ্তাহত 6 দিন খোজ কাঢ়ি কাৰ্য্যালয়লৈ অহা-যোৱা কৰিলে সেই সপ্তাহটোত মুঠতে কিমান দূৰত্ব খোজ কাঢ়িবলগীয়া হ’ব?

Ans:

9. এটা পাত্ৰত 5 লিটাৰ 250 মিলি. পানী আছে। এটা গিলাছত 250 মিলি.কৈ পানী ভৰালে পাত্ৰটোৰ পানীখিনি কিমানটা গিলাছত ভৰাব পৰা যাব?

Ans:

10. এজন ঘড়ীৰ দোকানীৰ হাতত 1,58,975 টকা আছে। তেওঁ প্ৰতিটোত 475 টকা মূল্যৰ 250টা ঘড়ী কিনি আনিলে। তেওঁৰ হাতত কিমান টকা থাকিল?

Ans:

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop