অধ্যায় 4
জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ ( Basic Geometrical Concepts)
অনুশীলনী 4
1. কাষত দিয়া ৰেখাডালৰ নাম কিমান বিভিন্ন
ধৰণে (6 ধৰণে ) লিখিব পাৰি লিখি দেখুওৱা ।
( প্ৰতিবাৰতে দুটা আখৰ ব্যৱহাৰ কৰিবা )
2. কাষৰ চিত্ৰটোৰ পৰা -a) 4টা বিন্দুৰ নাম লিখা ।

b) 5 ডাল ৰেখাখণ্ডৰ নাম লিখা ।
c) 4 ডাল ৰশ্মিৰ নাম লিখা ।
Ans:
d) এডাল ৰেখাৰ নাম লিখা ।
Ans:
3. কাষৰ চিত্ৰটোৰ পৰা উত্তৰ লিখা ।
a) C বিন্দুটো থকা ৰেখাডালৰ নাম লিখা ।
Ans:
C) A, B, E বিন্দু তিনিটা একৰেখীয়া হয়নে ?
Ans:
d) B বিন্দুটো থকা ৰেখা দুদালৰ নাম লিখা ।
Ans:
e) D আৰু Eৰ মাজেৰে যোৱা ৰেখাডালৰ নাম লিখা ।
Ans:
4. কাষৰ চিত্ৰৰ পৰা লিখা ।

(i) 3 যোৰ সমান্তৰাল ৰেখাৰ নাম লিখা ।
Ans:
(ii) যিকোনো 4 যোৰ কটাকটি কৰা ৰেখাৰ নাম লিখা ।
Ans:
(iii) p আৰু m ৰেখা দুদালে কটাকটি কৰা বিন্দুটোৰ নাম লিখা ।
Ans:
(iv) F বিন্দুটো কোনযোৰ ৰেখাৰ ছেদবিন্দু ?
Ans:
5. উত্তৰ লিখা ।
a) এটা বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি ?
Ans:
b) দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি ?
Ans:
c) একৰেখীয় বিন্দু কাক বোলে ?
Ans:
d) সমান্তৰাল ৰেখা কাক বোলে ?
Ans:
e) সৰলৰেখাৰ দীঘ জুখিব পাৰিনে ?
Ans:
f) দুডাল কটাকটি কৰা ৰেখাই কিমানটা বিন্দুত কটাকটি কৰে ?
Ans: